আমাৰ জিলাত বহুত কৃষকে PM-Kisan ৰ কিস্তি এতিয়ালৈকে লাভ নকৰা কাৰণটো হৈছে তেওঁলোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ লিংক কৰা নাই। যিসকলৰ statu ত Active আছে Aadhaar is verify আছে কিন্তু PFMS/BANK Status Rejected আছে তেওঁলোকে সোনকালে বেংকত গৈ নিজৰ একাউন্ট ৰ লগত আধাৰ নম্বৰ সংযোগ কৰক আৰু আপোনাৰ একাউন্টৰ DBT Option Enable কৰক ।
বাখৰ বেঙেনা গাঁওপঞ্চায়তৰ লিষ্টখন তলত দিয়া হল। যদি আপুনি চাব পৰা নাই তেন্তে 9101797067 নম্বৰত whatsapp কৰি আপোনাৰ ১৷ নাম । ২৷একাউন্ট নম্বৰ। ৩৷আধাৰ নম্বৰ। ৪৷মোবাইল নম্বৰ । আমালৈ প্ৰেৰণ কৰক ।










